Edge Rewrite
Jump to content

Talk:Parimal Suklabaidya

Page contents not supported in other languages.
Add topic
From Wikipedia, the free encyclopedia

অবৈধ বাবে দৈপাম‌ টাংনী নদীৰ বালিৰ ব্যৱসায় বন্ধ কৰাৰ‌ আবেদন।

[edit]

মহাশয় মই ছাইফুল ইছলাম, মই দৰং জিলাৰ দলগাৱ সমষ্টিৰ গলনদি গাঁও পঞ্চায়ত ৰ ১ নং মোল্লা পাৰা গাঁৱৰ বাসিন্দা। মোৰ গাঁৱৰ লগতে দৈপাম টাংনী নদীৰ কাষৰ সকলো গাঁৱ‌ৰ কিছুমান মানুহে নদীৰ বালিৰ অবৈধ ব্যৱসায় কৰি আছে। দায়িত্বত থকা কিছু চৰকাৰী বিষয়াই অবৈধ বাবে ব্যৱসায় কৰা সকলৰ লগত মিলি টকা উপাৰ্জন কৰি আছে। টাংনী দলং পৰা দৈপাম দলং লৈ যিমান গাঁও ‌‌‌‌‌‌আছে সকলো গাঁৱতে এই অবৈধ ব্যৱসায় কৰি আছে। গাঁও সমূহ যেনে....১/২ নং মোল্লা পাৰা,বাঘৰবাৰী,দৈপাম,কুৱাৰীপুখুৰী, বুট পুখুৰী,টাংনী, বৰুৱাজাৰ আদি। গতিকে দয়ালু মহোদয় ৰ ওচৰত মোৰ অনুৰোধ এই যে উক্ত গাঁও কেইখনত দৈপাম টাংনী নদীত চলি থকা অবৈধ বালিৰ ব্যৱসায় বন্ধ কৰিব বুলি আশাকৰোঁ।

ইতি ছাইফুল ইছলাম। মো: নং -৮৭৫৩৮৪০৬৩২ 106.203.137.216 (talk) 18:04, 18 August 2022 (UTC)Reply

A Commons file used on this page or its Wikidata item has been nominated for deletion

[edit]

The following Wikimedia Commons file used on this page or its Wikidata item has been nominated for deletion:

Participate in the deletion discussion at the nomination page. —Community Tech bot (talk) 02:55, 24 February 2026 (UTC)Reply